काष्ठकुड्यादिषु क्षिप्ते रसवच्छिवहेमता ।
तत्तत्तत्त्वबलावेशात् सर्ववस्त्वेकरूपिणम् ॥४८॥
kāṣṭhakuḍyādiṣu kṣipte rasavacchivahematā |
tattattattvabalāveśāt sarvavastvekarūpiṇam
যেনেকৈ পাৰদ, কাঠ, বেৰ আদিত নিক্ষিপ্ত হ’লে (সেইবোৰক সোণলৈ ৰূপান্তৰিত কৰে), সেইদৰে (এই ভাৱনাই) শিৱৰূপ হেমতা (সোণ-অৱস্থা সম্পন্ন কৰে); সেই সেই তত্ত্বৰ বলৰ আৱেশৰ পৰা, (সাধকে) সকলো বস্তুক একৰূপী (কৰে)।