प्रथमोदय इच्छायाः सर्वभावैक्यदेश्यता ।
स एव शाक्तबोधात्मस्वच्छावयवरूपवान् ॥१७॥
prathamodaya icchāyāḥ sarvabhāvaikyadeśyatā |
sa eva śāktabodhātmasvacchāvayavarūpavān
ইচ্ছাৰ প্ৰথম উদয়ত, (আহে) সকলো ভাৱৰ ঐক্যৰ নিৰ্দেশ; সেই (ইচ্ছা)ৰেই এনে এক ৰূপ আছে যাৰ স্বচ্ছ অৱয়ৱ হ’ল (শিৱৰ) শক্তিস্বৰূপ বোধ।