समस्तचित्रकार्यान्तर्गर्भिणी शिंबिकाकृतिः ।
स्वरूपाह्लादनिर्मुक्तिरहितेच्छोदयोद्गमः ॥१३॥
samastacitrakāryāntargarbhiṇī śiṃbikākṛtiḥ |
svarūpāhlādanirmuktirahitecchodayodgamaḥ
(সেই ইচ্ছা) এক শিম্বিকাকৃতিৰ (শুঁটিৰ) দৰে, ভিতৰত সকলো বিচিত্ৰ কাৰ্যৰে গৰ্ভিণী; ইচ্ছাৰ উদয়ৰ উদ্গম (শিৱৰ) নিজ-স্বৰূপৰ আহ্লাদৰ পৰা অবিচ্ছিন্ন।