तस्याप्यवस्तुरूपत्वे न किंचित्कथितं भवेत् ।
एतावान् वाच्यसम्बन्धो यदन्तःस्फुरणात्मता ॥८१॥
tasyāpyavasturūpatve na kiṃcitkathitaṃ bhavet |
etāvān vācyasambandho yadantaḥsphuraṇātmatā
আৰু সেই (ব্যাৱৰ্ত্য)ও যদি অবস্তুৰূপ হয়, তেন্তে (শব্দৰ দ্বাৰা) একোৱেই কোৱা নহ’ব। (প্ৰকৃততে) বাচ্যৰ সম্বন্ধ ইমানখিনিয়েই: অৰ্থাৎ (তাৰ) অন্তঃস্ফুৰণাত্মতা (চৈতন্যৰ ভিতৰত স্ফুৰণ হোৱা)।