येऽन्ये वेदान्तविद्वांस आत्मब्रह्मैव विश्वताम् ।
यात्युपादानरूपत्वात्तथान्ये भ्रान्तिरूपताम् ॥८॥
ye'nye vedāntavidvāṃsa ātmabrahmaiva viśvatām |
yātyupādānarūpatvāttathānye bhrāntirūpatām
আন যিসকল বেদান্তজ্ঞে (ভাবে যে) আত্ম-ব্ৰহ্মই বিশ্ব হৈ পৰে, উপাদান-কাৰণ হোৱাৰ কাৰণে; আৰু আন কিছুমানে (বিশ্বক) ভ্ৰান্তিৰূপ বুলি (ধৰে)।