कुतो घटस्य जननाकारनामावधारणम् ।
यावता प्राग्दशानष्टा न प्रवृत्तिरथान्यथा ॥७१॥
kuto ghaṭasya jananākāranāmāvadhāraṇam |
yāvatā prāgdaśānaṣṭā na pravṛttirathānyathā
ঘটৰ জনন, আকাৰ আৰু নামৰ অৱধাৰণ (নিশ্চয়) ক’ৰ পৰা (হ’ব) — যিহেতু পূৰ্ৱ-দশা (মাটি, ঘট ওলোৱাৰ সময়ত) অনষ্ট? (কিয়নো সি নষ্ট হ’লে) কোনো (চলি থকা) প্ৰৱৃত্তি (ঘট দিয়া) নাথাকিব; (গতিকে) ইয়াক অন্যথা (ক্ষণিকবাদীয়ে ভবাৰ দৰে নহয়) হ’ব লাগিব।