कुर्वन् वा किं तदा कुर्वन् न भावं तद्घटादिकात् ।
अनन्यं व्यतिरिक्तं वा यर्ह्यनन्यस्तथाविधः ॥६१॥
kurvan vā kiṃ tadā kurvan na bhāvaṃ tadghaṭādikāt |
ananyaṃ vyatiriktaṃ vā yarhyananyastathāvidhaḥ
অথবা কিবা কৰি থাকোঁতে — তেতিয়া কি কৰি? (সি) ঘট আদিৰ পৰা এক (বিদ্যমান) ভাৱ (নিজৰ নাশ উৎপন্ন কৰিব নোৱাৰে), (সেই নাশ ঘটৰ পৰা) অনন্য হওক বা ব্যতিৰিক্ত; কিয়নো যেতিয়া (নাশ) অনন্য, তেতিয়া (সি) তেনে ৰূপৰ হয় (যে সি কেৱল অৱস্থিত ঘটেই)।