भावानां चित्रशक्तीनामभेदो हेमभेदवत् ।
वैलक्षण्यमपूर्वत्वं बाह्याभासक्रियोद्गमात् ॥५८॥
bhāvānāṃ citraśaktīnāmabhedo hemabhedavat |
vailakṣaṇyamapūrvatvaṃ bāhyābhāsakriyodgamāt
নানা শক্তিৰে যুক্ত ভাৱবোৰৰ (তথাপি) অভেদ আছে, যেনেকৈ (বিভিন্ন আকৃতিৰ) সোণৰ ভেদৰ ক্ষেত্ৰত; আৰু সিহঁতৰ বৈলক্ষণ্য (পাৰ্থক্য) আৰু অপূৰ্বত্ব (নতুনত্ব কেৱল চৈতন্যৰ ভিতৰত) বাহ্য আভাসৰ ক্ৰিয়াৰ উদ্গমৰ পৰাহে (আহে)।