नच नश्यदवस्थायां स्वाकार्यं तस्य युज्यते ।
कृत्वा कार्यं विनश्येच्चेत् क्षणान्तरमवस्थितिः ॥५१॥
naca naśyadavasthāyāṃ svākāryaṃ tasya yujyate |
kṛtvā kāryaṃ vinaśyeccet kṣaṇāntaramavasthitiḥ
আৰু তাৰ নষ্ট হোৱা অৱস্থাত নিজৰ কাৰ্য (উৎপন্ন কৰা) সম্ভৱ নহয়; আৰু যদি (সি) কাৰ্য কৰি (তাৰ পাছতহে) নষ্ট হয়, তেন্তে আন এক ক্ষণলৈ অৱস্থিতি (থাকে, পুনৰ ক্ষণিকবাদৰ নাশ)।