नेत्रादिव्यापृतेः पूर्वं घटं पश्यामि तादृशी ।
जायते प्रथमैवेच्छा नामाजातस्य यादृशी ॥४१॥
netrādivyāpṛteḥ pūrvaṃ ghaṭaṃ paśyāmi tādṛśī |
jāyate prathamaivecchā nāmājātasya yādṛśī
চকু আদিৰ ব্যাপৃতিৰ (নিয়োগৰ) আগতেই, ‘মই ঘট দেখিম’ — এনে এক প্ৰথম ইচ্ছাই উদয় হয়, যেনে (এতিয়ালৈকে) অজাত (জ্ঞান)ৰ (হোৱা উচিত) — (গতিকে ইচ্ছাই জ্ঞানৰ পূৰ্ৱে আহি তাক আধাৰ দিয়ে)।