तस्याधिकमहेशित्वे मोक्षे न्यूनाधिके स्थितिः ।
बहूनां नायकत्वेऽपि नायकत्वं विहन्यते ॥१०६॥
tasyādhikamaheśitve mokṣe nyūnādhike sthitiḥ |
bahūnāṃ nāyakatve'pi nāyakatvaṃ vihanyate
সিহঁতৰ এজনৰ যদি অধিক মহেশিত্ব (শ্ৰেষ্ঠ প্ৰভুত্ব) থাকে, তেন্তে মোক্ষত ন্যূন-অধিকৰ এক স্থিতি (তাৰতম্য) হ’ব; আৰু বহুতে (প্ৰত্যেকে) নায়কত্ব পালেও, (প্ৰত্যেকৰ) নায়কত্ব (তাৰ দ্বাৰাই) ভংগ হয় (— গতিকে বহুত্ববাদ অসংগত)।