महान्तं धूममुत्पाद्य तत्कालं वारिणा हतः ।
तत्र केवलधूमास्था न वह्निप्राप्तिरस्ति ते ॥५९॥
mahāntaṃ dhūmamutpādya tatkālaṃ vāriṇā hataḥ |
tatra kevaladhūmāsthā na vahniprāptirasti te
বহু পৰিমাণৰ ধোঁৱা উৎপন্ন কৰি, ঠিক সেই সময়তে (অগ্নি) পানীৰে নুমুৱা হয়; তাত (কেৱল) ধোঁৱাৰ স্থিতিহে (থাকে), আৰু তোমাৰ বাবে অগ্নিৰ প্ৰাপ্তি নাই (— অনুমানে ভুলাব)।