वह्नेस्तु तत्रापेक्ष्यत्वे जनकत्वं व्यवस्थितम् ।
यच्च यद्विषयं ज्ञानं जज्जन्यं तस्य दृष्टवत् ॥५७॥
vahnestu tatrāpekṣyatve janakatvaṃ vyavasthitam |
yacca yadviṣayaṃ jñānaṃ jajjanyaṃ tasya dṛṣṭavat
কিন্তু অগ্নিয়েই যদি তাত (সঁচাকৈ) অপেক্ষ্য হয়, তেন্তে (জ্ঞানৰ) জনকত্ব তাৰেই প্ৰতিষ্ঠিত হয়; আৰু যি জ্ঞানৰ যি বিষয়, সেই জ্ঞান সেই (বিষয়)ৰ দ্বাৰাই জন্য, যেনেকৈ (প্ৰত্যক্ষ) দৰ্শনত (— গতিকে বিষয়েই কাম কৰে, চিহ্নই নহয়)।