तत्सामस्त्यस्याग्रहणाददृष्टे धर्मिता कुतः ।
दृष्टश्चेत् सर्वघटवत्तदङ्गस्याग्निदर्शनम् ॥५४॥
tatsāmastyasyāgrahaṇādadṛṣṭe dharmitā kutaḥ |
dṛṣṭaścet sarvaghaṭavattadaṅgasyāgnidarśanam
তাৰ সমস্ততা গৃহীত নোহোৱা বাবে, অদৃষ্ট (সমগ্ৰ)ত ধৰ্মিতা ক’ৰ পৰা? আৰু যদি (কোৱা) আশ্ৰয় দৃষ্ট, তেন্তে (কল্পিত) সমগ্ৰ ঘট (দৰ্শন)ৰ দৰে, অগ্নিৰ দৰ্শন (কেৱল) তাৰ (দৃশ্য) অংশৰহে (হ’ব, আৰু বাকীৰ অনুমান ভংগ হয়)।