व्यापका व्यपदिश्यन्ते स्वकार्यव्यापनादथ ।
यदि ते न स्वयंग्राह्या गृह्यन्ते नैव चक्षुषा ॥४०॥
vyāpakā vyapadiśyante svakāryavyāpanādatha |
yadi te na svayaṃgrāhyā gṛhyante naiva cakṣuṣā
নিজৰ কাৰ্যক ব্যাপন কৰাৰ পৰা (বস্তুবোৰ) ব্যাপক বুলি ব্যপদিষ্ট হয়; এতিয়া যদি সিহঁত নিজৰ (চেতন) আত্মাৰ দ্বাৰা গ্ৰাহ্য নহয়, তেন্তে সিহঁত চকুৰ দ্বাৰাও মুঠেই গৃহীত নহয় (— চকুৱে কেৱল পৃষ্ঠতহে পায়)।