स्वच्छाकर्मविमर्शेन स्वेच्छाकर्मत्वमादृतम् ।
सर्वे पदार्थरूपेण सामान्येनार्थवत्तया ॥३९॥
svacchākarmavimarśena svecchākarmatvamādṛtam |
sarve padārtharūpeṇa sāmānyenārthavattayā
স্বচ্ছন্দ স্বেচ্ছাকৰ্মৰ বিমৰ্শৰ দ্বাৰা স্বেচ্ছাকৰ্মত্ব (সকলোতে) আদৃত; সকলো (বস্তু), পদাৰ্থ হোৱাৰ ৰূপত — সামান্যভাৱে, অৰ্থৱত্ত্বৰ (সপ্ৰয়োজনতাৰ) দ্বাৰা — (এই স্বচ্ছন্দ কৰ্তৃত্বৰ ভাগী)।