तथाकारगुणत्वान्न द्रव्याच्च चलनं पृथक् ।
शक्तेर्नचापि तज्ज्ञानं येन सा तन्निवेदयेत् ॥२९॥
tathākāraguṇatvānna dravyācca calanaṃ pṛthak |
śakternacāpi tajjñānaṃ yena sā tannivedayet
(দৃষ্টিশক্তি) সেই (মূৰ্ত) আকৃতিৰ গুণ হোৱা বাবে, দ্ৰব্যৰ পৰা পৃথকে তাৰ চলন (সম্ভৱ) নহয়; আৰু শক্তিৰ সেই (বিষয়ৰ) জ্ঞানও নাই, যাৰ দ্বাৰা সি তাক (আত্মালৈ) নিবেদন কৰিব পাৰে।