अन्तर्विंशति चेच्छक्तिरन्तरप्युपलम्भनम् ।
अप्रवेशान्न मनसः सम्बन्ध उपपद्यते ॥३०॥
antarviṃśati cecchaktirantarapyupalambhanam |
apraveśānna manasaḥ sambandha upapadyate
যদি (কোৱা) শক্তি ভিতৰত সোমায় — তেন্তে উপলম্ভনও (বিষয়ৰ) ভিতৰতে হ’ব লাগিব (যিটো অসংগত); আৰু মন (বিষয়ত) প্ৰৱেশ নকৰা বাবে, মনৰ (তাৰ সৈতে) সম্বন্ধ উপপন্ন নহয় (— কেৱল চৈতন্যহে সেই দুয়োৰ সেতু)।