प्राक्शक्तेरथ सामर्थ्यं शक्तेः शक्तत्वमापतेत् ।
मनसो नच बाह्येऽस्ति तस्यापि प्रसरः क्वचित् ॥२७॥
prākśakteratha sāmarthyaṃ śakteḥ śaktatvamāpatet |
manaso naca bāhye'sti tasyāpi prasaraḥ kvacit
তেন্তে পূৰ্বশক্তিৰ সামৰ্থ্য (লাগিব), আৰু (সেই) শক্তিৰ (পুনৰ) শক্তত্ব আহি পৰিব (এনেদৰে অসীম)। আৰু মন বাহ্য (বিষয়ত) নাথাকে; তাৰো ক’তো (বিষয়লৈ) প্ৰসৰ (গতি) নাই।