आत्मनो व्यापकत्वेन शरीरे व्यर्थता भवेत् ।
जडत्वादथवा शक्तस्तच्छक्त्या तद्घटो घवेत् ॥२५॥
ātmano vyāpakatvena śarīre vyarthatā bhavet |
jaḍatvādathavā śaktastacchaktyā tadghaṭo ghavet
আত্মাৰ ব্যাপকতাৰ কাৰণে শৰীৰ(ৰূপ যন্ত্ৰ) ব্যৰ্থ হ’ব; অথবা, (চকু) জড় হোৱা বাবে, (চৈতন্যৰ দ্বাৰা) শক্ত (হ’লেহে জানিব পাৰে) — আৰু সেই শক্তিৰে ঘটও (সচেতন) হৈ পৰিব।