गोलकं न प्रयातीह शक्तेरव्यतिरेकतः ।
शक्तिमद्भोगतायां वा तत्रैव यदि वेदनम् ॥२४॥
golakaṃ na prayātīha śakteravyatirekataḥ |
śaktimadbhogatāyāṃ vā tatraiva yadi vedanam
চকুৰ গোলকটো ইয়াত (বিষয়লৈ) আগবাঢ়ি নাযায়; আৰু (তাৰ) শক্তিও, (নিজ আশ্ৰয়ৰ পৰা) অভিন্ন হোৱা বাবে (আগবাঢ়িব নোৱাৰে)। অথবা যদি (কোৱা) ঠিক তাতে (বিষয়ত) শক্তিমন্তৰ ভোগত বেদন (জ্ঞান) হয় (— তেন্তে পৰৱৰ্তী পৰিণতি বিচাৰ কৰা)।