प्रत्येकं परमाणौ चेच्चैतन्येऽनेकचेतनाः ।
घटादयः प्रसज्यन्ते प्रमाणुकथा नहि ॥२०॥
pratyekaṃ paramāṇau ceccaitanye'nekacetanāḥ |
ghaṭādayaḥ prasajyante pramāṇukathā nahi
যদি (আপত্তি) প্ৰতিটো পৰমাণুত চৈতন্য থাকিলে — তেন্তে ঘট আদি প্ৰতিটো অনেক চেতনাযুক্ত হৈ পৰিব; (কিন্তু আমাৰ মতে) পৰমাণু (চৰম সত্যৰূপে) থকাৰ কথায়েই নাই (গতিকে এই পৰিণতি নাহে)।