तत्त्वस्यैक्यं विना न स्यादेकस्यैव विरुद्धता ।
सामान्येन विशेषेण कथमेकस्य योगिता ॥७०॥
tattvasyaikyaṃ vinā na syādekasyaiva viruddhatā |
sāmānyena viśeṣeṇa kathamekasya yogitā
(এক) তত্ত্বৰ ঐক্য অবিহনে এক বস্তুতে বিৰুদ্ধ (ধৰ্মৰ ধাৰণ) থাকিব নোৱাৰে; (নহ’লে) এক (বস্তু) সামান্য আৰু বিশেষ দুয়োৰে সৈতে কেনেকৈ যুক্ত হ’ব?