विरुद्धरूपयोर्भिन्नकरणग्राह्ययोरपि ।
मुखे हि शब्दो भूमौ च विद्यतेऽर्थः क्व संगमः ॥७१॥
viruddharūpayorbhinnakaraṇagrāhyayorapi |
mukhe hi śabdo bhūmau ca vidyate'rthaḥ kva saṃgamaḥ
আৰু বিৰুদ্ধ স্বভাৱৰ, ভিন্ন কৰণৰ (ইন্দ্ৰিয়ৰ) দ্বাৰা গ্ৰাহ্য দুটাৰ — কিয়নো শব্দ মুখত (উৎপন্ন), আৰু অৰ্থ মাটিত (থাকে) — সিহঁতৰ (প্ৰকৃত) সংগম (চেতনাৰ বাহিৰত) ক’ত?