जन्मकाले घटाभावात्संबन्धो नैव कारकैः ॥४९॥
janmakāle ghaṭābhāvātsaṃbandho naiva kārakaiḥ
(কিয়নো প্ৰতিপক্ষৰ মতে) ঘটৰ জন্মৰ কালত, ঘট (এতিয়াও) নথকা হেতু, কাৰকবোৰৰ সৈতে একো সম্বন্ধ থাকিব নোৱাৰে।