बाह्यं रूपादि जल्पन्ति प्रमाणं चोदनैव ते ।
नियमाद्धर्मविषये तस्मान्नैकेन तुल्यता ॥४०॥
bāhyaṃ rūpādi jalpanti pramāṇaṃ codanaiva te |
niyamāddharmaviṣaye tasmānnaikena tulyatā
সিহঁতে (মীমাংসকে) ৰূপ আদিক বাহ্য বুলি বকে, আৰু (ধৰে) চোদনা (বিধি)য়েই প্ৰমাণ, নিয়মেৰে ধৰ্মৰ ক্ষেত্ৰত সীমিত; গতিকে সেই এটা বিন্দুত সাম্য নাই।