व्यवहारस्य बाधा चेद्व्यवहारे यथेष्टता ।
क्वचित्सत्यसुवर्णस्य प्रत्यन्ते व्यवहारिता ॥१९॥
vyavahārasya bādhā cedvyavahāre yatheṣṭatā |
kvacitsatyasuvarṇasya pratyante vyavahāritā
যদি বাধা কেৱল ব্যৱহাৰ-সম্বন্ধীয়, তেন্তে ব্যৱহাৰত যথেষ্টতা (যাদৃচ্ছিকতা) হ’ব; (কিয়নো) ক’ৰবাত — দূৰৱৰ্তী অঞ্চলত — সত্য সোণৰো ব্যৱহাৰ (চলন) নাথাকিব পাৰে (তথাপি সেয়া সত্য সোণেই থাকে)।