स्थितमेव न हेम्नोऽस्य काचिदस्ति विभेदिता ।
चण्डालसद्मगो वह्निर्न वह्निरिति कथ्यते ॥४५॥
sthitameva na hemno'sya kācidasti vibheditā |
caṇḍālasadmago vahnirna vahniriti kathyate
এই সোণৰ হেমত্ব একেই থাকে; (গঢ়ৰ কাৰণে) ইয়াৰ কোনো ভেদ নাই। চণ্ডালৰ ঘৰত থকা জুইক 'এয়া জুই নহয়' বুলি কোৱা নহয়।