The Vision of Śiva· 1.26 / 49

The Vision of Śiva1.26

1.26
बुद्धिं विना कथं बोधः सा बुद्धिः प्रकृतेः प्रजा । न च तस्य तया योग इति चेदपरस्थितौ ॥२६॥
buddhiṃ vinā kathaṃ bodhaḥ sā buddhiḥ prakṛteḥ prajā | na ca tasya tayā yoga iti cedaparasthitau
— বুদ্ধি অবিহনে ; — কেনেকৈ ; — বোধ, জ্ঞান ; — সেই ; — বুদ্ধি ; — প্ৰকৃতিৰ ; — সন্তান, প্ৰজা ; — আৰু নহয় ; — তেওঁৰ (শিৱৰ) ; — তাৰ সৈতে ; — যোগ, সংযোগ ; — ইতি চেৎ — যদি কোৱা হয় ; — অপৰ (নিম্ন) অৱস্থাত

'বুদ্ধি অবিহনে বোধ কেনেকৈ হ’ব? আৰু সেই বুদ্ধি হ’ল প্ৰকৃতিৰ সন্তান; তেওঁৰ (শিৱৰ) সৈতে তাৰ যোগ নাথাকে' — যদি এনে কোৱা হয়, (তেন্তে উত্তৰ:) অপৰ অৱস্থাত (তাৰ যোগ থাকে);