चिद्वत्तच्छक्तिसङ्कोचान्मलावृतः संसारी ॥९॥
cid-vat tac-chakti-saṅkocān malāvṛtaḥ saṃsārī
sūtra
চিতিৰ দৰে স্বৰূপ হলেও, নিজৰ শক্তিসমূহৰ সঙ্কোচৰ কাৰণে মলসমূহেৰে আবৃত হৈ তেওঁ সংসাৰী হয়।