1.8 तद्भूमिकाः सर्वदर्शनस्थितयः ॥८॥ tad-bhūmikāḥ sarva-darśana-sthitayaḥ sūtra tat-bhūmikāḥ — সেই (এক চিতি)ৰ ভূমিকা/স্তৰ ; sarva — সকলো ; darśana — দৰ্শন, দাৰ্শনিক মত ; sthitayaḥ — স্থিতি, স্থান, দৃষ্টিকোণ সকলো দাৰ্শনিক মতবাদ সেই (এক চিতি)ৰ ভূমিকা মাত্ৰ।