Verses on the Recognition of the Lord12.6
बहिस् तस्यैव तत्कार्यं यद् अन्त यद् अपेक्षया
प्रमात्रपेक्षया चोक्ता द्वयी बाह्यान्तरस्थितिः ॥६॥
bahis tasyaiva tatkāryaṃ yad anta yad apekṣayā
pramātrapekṣayā coktā dvayī bāhyāntarasthitiḥ
— বাহ্য, বাহিৰৰ ; — সেই (প্ৰমাতা)ৰেই ; — তেওঁৰ সেই কাৰ্য ; — যিটো আন্তৰ (ভিতৰৰ) ; — যিটোৰ অপেক্ষাত (এনে কোৱা হয়) ; — প্ৰমাতাৰ অপেক্ষাত ; — আৰু ; — কোৱা হ’ল ; — দ্বিবিধ, দুপ্ৰকাৰ ; — বাহ্য-আন্তৰ স্থিতি সেই (প্ৰমাতা)ৰেই যি বাহ্য, সেই তেওঁৰ কাৰ্য; আৰু যিটোৰ অপেক্ষাত (সি আন্তৰ)। সেয়ে প্ৰমাতাৰ অপেক্ষাত ইয়াৰ দ্বিবিধ বাহ্য-আন্তৰ স্থিতি কোৱা হ’ল।