Bhagavad Gītā (Kashmirian recension)· 11.45 / 60

Bhagavad Gītā (Kashmirian recension)11.45

11.45
पितासि लोकस्य चराचरस्य त्वमस्य विश्वस्य गुरुर्गरीयान् । न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो लोकत्रयेऽप्यप्रतिमप्रभाव ॥ ११-४५ ॥
pitāsi lokasya carācarasya tvamasya viśvasya gururgarīyān | na tvatsamo'styabhyadhikaḥ kuto'nyo lokatraye'pyapratimaprabhāva || 11-45 ||
— আপুনি চৰাচৰ জগতৰ পিতা ; — আপুনি এই বিশ্বৰ গুৰু, গৰীয়ান ; — আপোনাৰ সমান কোনো নাই; তেন্তে গৰীয়ান আন কোন ; — তিনি লোকতো, হে অনুপম প্ৰভাৱশালী

আপুনি চৰাচৰ জগতৰ পিতা; আপুনি এই বিশ্বৰ গুৰু, গৰীয়ান; আপোনাৰ সমান কোনো নাই; হে অনুপম প্ৰভাৱশালী, তিনি লোকতো আপোনাতকৈ গৰীয়ান আন কোন হ’ব পাৰে?