यच्चावहासार्थमसत्कृतोऽसि विहारशय्यासनभोजनेषु ।
एकोऽथवाप्यच्युत तत्समक्षं तत्क्षामये त्वामहमप्रमेयम् ॥
११-४४ ॥
yaccāvahāsārthamasatkṛto'si vihāraśayyāsanabhojaneṣu |
eko'thavāpyacyuta tatsamakṣaṃ tatkṣāmaye tvāmahamaprameyam ||
11-44 ||
আৰু খেল-ধেমালি, শোৱা-বহা, ভোজনত, অকলে বা আনৰ সন্মুখত হে অচ্যুত, হাঁহি-ধেমালিৰ ছলত আপোনাক যি অসন্মান কৰিলোঁ — হে অপ্ৰমেয়, তাৰ বাবে মই ক্ষমা ভিক্ষা কৰোঁ।