तद्ध्रुवधामानुत्तरम् उभयात्मकजगद् उदारम् आनन्दम् । नो शान्तं नाप्य् उदितं शान्तोदितसूतिकारणं परं कौलम्
Transliteration (IAST)
taddhruvadhāmānuttaram ubhayātmakajagad udāram ānandam | no śāntaṃ nāpy uditaṃ śāntoditasūtikāraṇaṃ paraṃ kaulam
সেই ধ্ৰুৱ-ধাম অনুত্তৰ, উভয়াত্মক জগৎ-ৰূপ উদাৰ আনন্দ — শান্তও নহয়, উদিতও নহয়, শান্ত আৰু উদিত উভয়ৰ সূতি-কাৰণ (গৰ্ভ-কাৰণ), পৰম কৌল।