इत्थं यामलम् एतद् गलितभिदासङ्कथं यदैव तदा । क्रमतारतम्ययोगात् सैव हि संविद्विसर्गसङ्घट्टः
Transliteration (IAST)
itthaṃ yāmalam etad galitabhidāsaṅkathaṃ yadaiva tadā | kramatāratamyayogāt saiva hi saṃvidvisargasaṅghaṭṭaḥ
এনেদৰে এই যামল, য'ত ভেদৰ সকলো কথা গলি গৈছে, যেতিয়াই (হয়) তেতিয়া — ক্ৰমৰ তাৰতম্যৰ যোগৰ পৰা সেয়াই সংবিৎ-বিসৰ্গৰ সংঘট্ট।