कालुष्यापगमो हि शुद्धिः कालुष्यं च तदेकरूपे ऽपि अतत्स्वभावरूपान्तरसंवलनाभिमानः
Transliteration (IAST)
kāluṣyāpagamo hi śuddhiḥ kāluṣyaṃ ca tadekarūpe 'pi atatsvabhāvarūpāntarasaṃvalanābhimānaḥ
মালিন্য (কালুষ্য) আঁতৰ হোৱাই শুদ্ধি; আৰু কালুষ্য হ'ল — একৰূপ (অভিন্ন) আত্মাতো নিজৰ স্বভাৱৰ নোহোৱা আন এক ৰূপৰ সৈতে মিহলি হোৱাৰ অভিমান।