सर्वत्रानुभवावस्थाप्रसरः सारतो भवेत् ।
सर्वस्यैव स्थिरं रूपं सर्वाकारतदात्मना ॥५३॥
sarvatrānubhavāvasthāprasaraḥ sārato bhavet |
sarvasyaiva sthiraṃ rūpaṃ sarvākāratadātmanā
সকলো ঠাইতে অনুভৱ-অৱস্থাৰ প্ৰসৰ সাৰৰূপে হ’ব; সকলোৰে এক স্থিৰ ৰূপ আছে, সেই (চৈতন্য)ক সকলো আকাৰৰ আত্মাৰূপে (ধৰি)।