इच्छामात्रे रूपशिवस्तरंगे तदतीतता ।
कर्तृमात्रे सर्वभावव्यतीतशिवभावता ॥३१॥
icchāmātre rūpaśivastaraṃge tadatītatā |
kartṛmātre sarvabhāvavyatītaśivabhāvatā
নিছক ইচ্ছাত (থাকে) ৰূপ-শিৱ; (অভিব্যক্তিৰ) তৰংগত, তাৰো অতীততা (অতিক্ৰম); আৰু নিছক কৰ্তৃত্বত (থাকে) সকলো ভাৱক অতিক্ৰম কৰা শিৱ-ভাৱ।