घटमानयशब्दस्य प्रतिषेधेन वाच्यता ।
अघटादेरपोहेन किं घटं प्रतिपद्यसे ॥७८॥
ghaṭamānayaśabdasya pratiṣedhena vācyatā |
aghaṭāderapohena kiṃ ghaṭaṃ pratipadyase
‘ঘট আনা’ এই শব্দৰ বাচ্যতা (অৰ্থপ্ৰকাশ-শক্তি) নিষেধৰ দ্বাৰা (গঠিত) নে? অঘট আদিৰ অপোহৰ দ্বাৰাই তুমি ঘট প্ৰতিপন্ন কৰা নে (— এক স্পষ্ট অসংগতি, কিয়নো অগ্ৰে ঘট নাজানিলে তাৰ বিৰোধী বাদ দিব নোৱাৰি)?