प्रकाशमप्रकाशं वा ज्ञानं तस्य प्रकाशते ।
विद्यारूपादनाशित्वं नहि तत्त्वं विनश्वरम् ॥४६॥
prakāśamaprakāśaṃ vā jñānaṃ tasya prakāśate |
vidyārūpādanāśitvaṃ nahi tattvaṃ vinaśvaram
(সি) প্ৰকাশৰূপ হওক বা অপ্ৰকাশৰূপ, জ্ঞান নিজে নিজেই প্ৰকাশিত হয়; আৰু বিদ্যাৰূপ হোৱা বাবে, (তাৰ) অনাশিত্ব (থাকে) — কিয়নো (চেতন) তত্ত্ব বিনশ্বৰ নহয়।