उत्पत्तिकाले स्वात्मानं किमादौ वेत्ति वा बहिः ।
प्रतिभासस्य वैचित्र्याद्युगपद्ग्रहणं कथम् ॥४३॥
utpattikāle svātmānaṃ kimādau vetti vā bahiḥ |
pratibhāsasya vaicitryādyugapadgrahaṇaṃ katham
উৎপত্তিকালত (জ্ঞানে) প্ৰথমে নিজৰ আত্মাক জানে, নে বাহ্য (বিষয়)ক? আৰু প্ৰতিভাসৰ বৈচিত্ৰ্যৰ কাৰণে, (দুয়োৰ) যুগপৎ গ্ৰহণ কেনেকৈ (সম্ভৱ)?