अविद्या वस्तुरूपा चेद्विद्यया साकमेकता ।
अवस्तु वा नह्यसत्यं सत्यरूपस्य साधनम् ॥२१॥
avidyā vasturūpā cedvidyayā sākamekatā |
avastu vā nahyasatyaṃ satyarūpasya sādhanam
অবিদ্যা যদি বস্তুৰূপ হয়, তেন্তে বিদ্যাৰ সৈতে (তাৰ) একতা (হ’ব, ভেদ ভাঙি); অথবা (যদি সি) অবস্তু — কিয়নো অসত্যই সত্যৰূপৰ সাধন হ’ব নোৱাৰে।