स्थितेऽपि वार नानात्वे कैवल्ये न विशेषता ।
एकोऽपि तत्र वैरूपो बहवोऽप्येकरूपिणः ॥११९॥
sthite'pi vāra nānātve kaivalye na viśeṣatā |
eko'pi tatra vairūpo bahavo'pyekarūpiṇaḥ
অথবা নানাত্ব স্বীকাৰ কৰিলেও, কৈৱল্যত (মুক্তিত) কোনো (প্ৰকৃত) বিশেষ (ভেদ) নাই; তাত এজনো (যেন) বৈৰূপ (নানা ৰূপৰ), আৰু বহুতোও (সঁচাকৈ) একৰূপী।