या पुनः सर्वसदृशी सानुसार्या किमुच्यते ।
सर्वज्ञत्वेन सर्वेषामेककार्यानुवर्तनात् ॥१०८॥
yā punaḥ sarvasadṛśī sānusāryā kimucyate |
sarvajñatvena sarveṣāmekakāryānuvartanāt
কিন্তু যি (ভূমি) সকলোৰ সদৃশ (মুক্তসকল পৰস্পৰ অনুকূল) — সেয়াই অনুসৰণীয় (সামঞ্জস্যপূৰ্ণ অৱস্থা); ইয়াক কোৱাৰ কি প্ৰয়োজন? — কিয়নো সৰ্বজ্ঞতাৰ দ্বাৰা সকলোৱে এক কাৰ্যৰ অনুৱৰ্তন কৰে (— গতিকে আমাৰ মতত কোনো অচলাৱস্থা নাহে)।