इच्छावत्त्वमनेनैव न्यायेनास्य निजां क्रियाम् ।
अनिच्छुर्न करोत्येवमत एवास्ति निर्वृतिः ॥३७॥
icchāvattvamanenaiva nyāyenāsya nijāṃ kriyām |
anicchurna karotyevamata evāsti nirvṛtiḥ
এই ন্যায়ৰ দ্বাৰাই ইয়াৰ ইচ্ছাৱত্ত্ব (সিদ্ধ, কাৰণ সি) নিজৰ ক্ৰিয়া (কৰে); কিয়নো ইচ্ছাহীনে একো নকৰে। এনেদৰে, এই কাৰণতেই (তাত) নিৰ্বৃতিও (আনন্দ) আছে।