जानन् कर्तारमात्मानं घटः कुर्यात् स्वकां क्रियाम् ।
अज्ञाते स्वात्मकर्तृत्वे न घटः सम्प्रवर्तते ॥१६॥
jānan kartāramātmānaṃ ghaṭaḥ kuryāt svakāṃ kriyām |
ajñāte svātmakartṛtve na ghaṭaḥ sampravartate
নিজকে কৰ্তা বুলি জানি ঘটে নিজৰ ক্ৰিয়া কৰে; (কিয়নো) নিজৰ কৰ্তৃত্ব নজনাকৈ ঘট (নিজৰ পানী ধৰা আদি) ক্ৰিয়াত প্ৰৱৃত্ত নহয়।