अथ चेच्चिद्वतामेतद्वक्तुं युक्तं कदाचन ।
पृथिव्यादेर्हि मूर्तस्य घटादेर्वा न युज्यते ॥११॥
atha ceccidvatāmetadvaktuṃ yuktaṃ kadācana |
pṛthivyāderhi mūrtasya ghaṭādervā na yujyate
এতিয়া যদি (কোনোৱে আপত্তি কৰে): এই (ইচ্ছা, আনন্দ আদিৰ আৰোপ) চিদ্যুক্ত প্ৰাণীৰ ক্ষেত্ৰতহে কোৱা সংগত হ’ব পাৰে — কিন্তু মূৰ্ত পৃথিৱী আদিৰ, বা ঘট আদিৰ ক্ষেত্ৰত সংগত নহয়।