घटते कथं निमित्तस्य प्राग्योगायोगचोदितैः ।
योगे जाग्रदवस्थैव तस्मात्सर्वं शिवात्मकम् ॥६६॥
ghaṭate kathaṃ nimittasya prāgyogāyogacoditaiḥ |
yoge jāgradavasthaiva tasmātsarvaṃ śivātmakam
(জাগৰণৰ) নিমিত্তৰ উপস্থিতি-অনুপস্থিতিৰে চালিত (ইন্দ্ৰিয়)ৰ দ্বাৰা পূৰ্বে (জাগৰণ) কেনেকৈ সংগত হ’ব? (বৰং) য’ত নিমিত্ত উপস্থিত, সেই (উপস্থিতি)য়েই জাগ্ৰত অৱস্থা। গতিকে সকলো শিৱাত্মক।