अङ्गाररूपे किं वह्नौ वह्निता न क्रियात्मके ।
ज्वालादिकेऽथ सावस्था न क्रिया ज्ञानरूपिणी ॥५७॥
aṅgārarūpe kiṃ vahnau vahnitā na kriyātmake |
jvālādike'tha sāvasthā na kriyā jñānarūpiṇī
আঙঠাৰ (ধোঁৱাবিহীন কয়লাৰ) ৰূপৰ জুইত জুইত্ব আছে, কিন্তু জ্বালা আদিৰূপে সক্ৰিয় হ’লে নাই নেকি? অথবা সেই (আঙঠাৰ) অৱস্থায়েই জ্ঞান-ৰূপী ক্ৰিয়া নহয় জানো?